GIPS Tezpur celebrates Death Anniversary of Srimanta Sankardev for the first time

gips

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স, তেজপুৰ (GIPS-TEZPUR) ৰত পোন প্ৰথমবাৰৰ বাবে পৰম গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উৎযাপন। আজি ইং ৮/৯/২০২১ তাৰিখে GIPS-TEZPUR অত পোন প্ৰথমবাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উৎযাপন কৰা হয়। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষ্ণ সূৰ্য তেজপুৰ আঞ্চলিক নামসংঘই বৈকুণ্ঠৰ নাম ভাগ অস্হায়ী আসন স্হাপন কৰি মৰতলৈ নমাই অনাৰ প্ৰচেষ্টা কৰে। অনুষ্ঠানটিৰ আট ধৰে GIPS-TEZPUR অৰ সাংস্কৃতিক বিভাগৰ মূখ্য পৃষ্ঠপোষক ও সহকাৰী প্ৰবক্তা শ্ৰীযুত উদ্ধৱ পটঙ্গীয়াই। উক্ত অনুষ্ঠানত বিশেষ ব্যত্তৃতা আগবঢ়াই প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডঃ আব্দুল বাকী আহমেদ ডাঙৰীয়াই। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰবক্তা সকলৰ লগতে অংশগ্ৰহণ কৰে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ গুণমুগ্ধ ভকত বৈষ্ণৱ সকলে।

Visit our new Website


This will close in 20 seconds